Pages
Home
Assam-অসম আমাৰ ৰূপহী গুণৰু নাই শেষ!!
Friday, December 21, 2012
success,...!!
একাগ্ৰতাই পিন্ধাই জয়ৰ মালা
বন্ধু
,
কেতিয়াও হাৰ নামানিবা
প্ৰয়োজন মাথোন দৃঢতাৰ
হতাশ নহ
'
বা
মনোবল অটুট ৰাখা ।
হতাশা
!-
সি তো মৃত্যুৰ উপনাম
!
চেষ্টা হওক তোমাৰ পাথেয়
আৰু উদ্যম হওক সাৰথি
সংগ্ৰামেই হওক তোমাৰ আত্ম
-
পৰিচয় ।
-Robert W. Service.
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment