বালিৰ বান্ধ
দুচকুৰ
পতা মোৰ গভিৰ হৈ পৰিছে 
বাৰুকৈয়ে
গলিব খোজিছে  অন্তৰৰ মমডাল,
মোৰ
ভাস্কৰৰ
কোমল সুৰৰে,
কলিটি
 আওৰাই
জিৱণৰ
খলা
বমা আলিটি বগাই
পালোহি
বালিচৰা
হেঙুলীয়া
ৰহনৰ।।
নাও
আজি নিথৰ
মোৰ,
দিনটোৰ
শেষত
নাই
আজি জোনাকী
এই
সন্ধিয়াত
নাই
আজি চন্দ্ৰমা
মোৰ
আকাশত,
কিয়..??
কিয়, ইমান আন্ধাৰ
আজি
!!
মোৰ
বৰ ঘুমটি ধৰিছে
সচাকৈয়ে, 
আজি
দুচকুৰ
পতা মোৰ গভিৰ হৈ পৰিছে।।
 
 
No comments:
Post a Comment